HSLC (মেট্ৰিক) পৰীক্ষাৰ ফলাফল ঘোষণা
অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হোৱা ২০২৫ চনৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আজি ৰাতিপুৱা ১০:৩০ বজাত প্ৰকাশ কৰা হ'ব। ফলাফল তলত উল্লেখ কৰা ৱেবচাইট আৰু এণ্ড্ৰইড এপৰ জৰিয়তে পৰীক্ষাৰ্থীয়ে চাব পাৰিব:
ফলাফল চাবলৈ লিংকসমূহঃ
- https://iresults.net/assam/10/
- https://jobassam.in/hslc-result/
- iResults Android App (Google Play)
পৰীক্ষাৰ্থী সকললৈ শুভকামনা জনালোঁ। আপোনালোকৰ আগন্তুক জীৱনৰ বাবে সফলতা কামনা কৰোঁ!
নোট: ফলাফল চাওঁতে কোনো সমস্যা হ'লে বেলেগ ব্ৰাউজাৰ বা ডিভাইচ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। ৱেবছাইটত ভিড়ৰ বাবে লোড হ'বলৈ কিছু সময় লাগিব পাৰে।